অসমীয়া ভাষাত এটা শব্দত প্ৰকাশ কৰা

 1 ) অ’ত ত’ত ঘুৰি ফুৰা লোকযাৰ ঘৰ বাৰী নাই = অঘৰী

2 ) আগে আগে গমন কৰে যি = অগ্ৰগামী

3 ) আনৰ দোষ দেখা স্বভাৱ = অসূয়া

4 ) আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা,পৰশ্ৰীকাতৰ

5 ) আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ

6 ) ঈশ্বৰক বিশ্বাস নকৰা লোক = নাস্তিক

7 ) উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক = কৃতঘ্ন

8 ) একে গুৰুৰ শিষ্য = হৰিভকতসতীৰ্থ

9 ) একে মাকৰ সন্তান = সহোদৰসোদৰ

10 ) একে শ্ৰেণীতে পঢ়া = সহপাঠী

1 ) একে সময়তে হোৱা = সমসাময়িক

12 ) একেজন গুৰুৰে শিষ্য = সতীৰ্থ

13 ) এটা সন্তান হোৱাৰপৰা আন এটা হোৱালৈকে সময় = আনজ

14 ) এবাৰ ফল দি মৰা গছ = ওষধি

15 ) কঁঠালৰ সৰু কলি = মুচি

16 ) ককাৰ দেউতাক = আজোককা

17 ) কথাৰ লাগ-বান্ধ নথকা লোক = চেলেপু

18 ) কবনলগীয়া কথাযাক কব নোৱাৰি = অবাচ্য

19 ) কবিতা লেখা মানুহ = কবি

20 ) কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক = কঁহাৰ

21 ) কাপোৰ বব জনা তিৰোতা = শিপীনী

22 ) কাম কৰিবলৈ এলাহ কৰা মানুহ = এলেহুৱা

23 ) কাৰো নাম নোলোৱাকৈ দিয়া গালিনাম নধৰাকৈ দিয়া গালি = গুৱালগালি

24 ) কাৰো লগত মিলিব নোৱাৰা লোক = অজীনপাতকী

25 ) কাৱৈ মাছৰ সৰু পোৱালী = কাৱৈচোকোৰাকাৱৈতিলা

26 ) কোনো কথা কবলৈ পঠোৱা বিশ্বাসী মানুহ = দ্ৰুত

27 ) কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী

28 ) কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা = কৃতসংকল্প

29 ) খাবলৈ অনা সৰু কলপুলি = পচলা

30 ) খাৰণি সনা সৰিহৰ গুৰি = খাৰলি

31 ) খেলা ধুলা কৰা লোক = খেলুৱৈ

32 ) গৰু চৰোৱা লোক = গৰখীয়া

33 ) গৰু বন্ধা ঘৰ = গোহালি

34 ) গৰৈ মাছৰ সৰু পনা = গৰৈচিৰিকা

35 ) গাঁৱৰ মুখিয়াল ব্যক্তি = গাঁওবুঢ়া

36 ) গাখীৰ ,মিঠাই বেচা মানুহক = ?

37 ) গান গোৱা লোক = গায়ক

38 ) গুৰি সৰিয়হেৰে কৰা খাদ্য,  ৰ’দত শুকোৱা সৰিয়হৰ শুকান বঁটা = কাঁহুদি

39 ) গোচৰ তৰা মানুহ = গোচৰীয়া

40 ) গোটেই জীৱন জুৰি = অজীৱন

41 ) ঘৰৰ চালৰ পানী পৰা ঠাই = পানী পচা

42 ) ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা = পোহাৰী

43 ) ঘোঁৰা বন্ধা ঘৰ = অস্তাবল

44 ) চিকিৎসা কৰা লোক = চিকিৎসক

45 ) চিঠি বিলাই ফুৰা মানুহ = পিয়ন

46 ) চুহি খোৱা বস্তু = ?

47 ) চোবাই খোৱা বস্তু = চৰ্ব্য

48 ) ছবি অঁকা মানুহ = চিত্ৰকাৰশিল্পী

49 ) জন্তুৰ ঘাঁহ যোগান ধৰা মানুহ = ?

50 ) জন্তুৰ নিচিনা যি = জান্তব

51 ) জন্মৰ পৰা অন্ধ যি = জন্মান্ধ

52 ) জল আৰু স্থল উভয়তে চৰে যি = উভচৰ

53 ) জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য

54 ) জুই ধৰি ৰখা ঠাই = জুহাল

55 ) তাৱৈৰ ঘৈণীয়েক = আমৈ

56 ) দৰমহা নোলোৱাকৈ কৰা কাম = অবৈতনিক

57 ) দাঁত ওলোৱা হাতী = দঁতাল

58 ) দুই ঘৰৰ মাজৰ ঠাই = দোঘোৰা

59 ) দুই বছৰৰ মূৰত পোৱালি দিয়া গাই = দুৰচী;দোৰাহী

60 ) দুটা মাহৰ মাজৰ দিন = দোমাহীসংক্ৰান্তি

61 ) দুয়োটা চকুৰে নেদেখা লোক = অন্ধ

62 ) দেউতাকৰ সখিয়েকবাপেকৰ সখিয়েক = তাৱৈ

63 ) দেউতাৰ ভনীয়েক = পেহী

64 ) দেৱতাৰ গুণ সমৃদ্ধ = দৈৱীয়

65 ) দেশক ভাল পোৱা মানুহ = দেশভক্ত

66 ) দেশৰ অপকাৰ কৰা মানুহ = দেশদ্ৰোহী

67 ) দেশৰ বাবে মৃত্যুবৰণ কৰা লোক = শ্বহীদ

68 ) ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কে সমান দেখা জন = ইশ্বৰ

69 ) ধান খেতি কৰা ঠাই = ধাননি

70 ) ধান থোৱা ঠাইযি ঘৰত ধান থয় = ভঁৰাল

71 ) ধানৰ বাকলি = তুঁহ

72 ) নাও বনোৱা মানুহ = ?

73 ) নাটক লিখা মানুহ = নাট্যকাৰ

74 ) নাম গোৱা তিৰোতা = নামতী

75 ) নাম নিদিয়াকৈ দিয়া = বেনামী

76 ) নাৱত উঠি ব্যৱসায় কৰা লোক = মুদৈ

77 ) নিজৰ ওপজা ঠাই = জন্মভূমি

78 ) নিজে নিজে হোৱা = স্বয়ম্ভূ

79 ) নোহোৱা বস্তু উদ্ভাৱন কৰোতা = আৱিষ্কাৰক

80 ) নোহোৱা বস্তু সৃষ্টি কৰা = উদ্ভাৱন

81 ) নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ

82 ) পকী ঘৰ নিৰ্মাণ কৰা লোক = ৰাজমিস্তিৰি

83 ) পনীয়া গাখীৰ দিয়া গাই = জলাহী

84 ) পি খোৱা বস্তু = পেয়

85 ) পিছে পিছে গমন কৰে যি = অনুগামী

86 ) পুৱাই নাম ল’বলগীয়াৰাতিপুৱাই স্মৰণ কৰাৰ যোগ্যযাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত = প্ৰাতঃস্মৰণীয়

87 ) পূৰ্ব জন্মৰ কথা যাৰ মনত আছে = জাতিস্মৰ

88 ) প্ৰাণক পণ কৰি = প্ৰাণপণে

89 ) ফুল থোৱা পাত্ৰ = ফুলদানি

90 ) ফুল নুফুলাকৈ গুটি হোৱা গছ = বনস্পতি

91 ) বটা সাৰিয়হেৰে কৰা চাট্নি = কাহুঁদি

92 ) বধ কৰিবৰ ইচ্ছা = জিঘাংসা

93 ) বৰষুণ নোহোৱা বতৰ = খৰাং

94 ) বস্তু বেচা কিনা কৰা ঠাই = বজাৰ

95 ) বহুত মানুহ একেলগে যোৱা = সমদল

96 ) বহুতৰ মাজত প্ৰধান = শ্ৰেষ্ঠ

97 ) বহুতো ল'ৰা ছোৱালী একেলগে পঢ়া ঘৰয’ত বহুতো ল’ৰা– ছোৱালীয়ে পঢ়ে = পঢ়াশালি

98 ) বাঁহ-গাজ খুন্দি তৈয়াৰ কৰা খাদ্য-বস্তু = খৰিচা

99 ) বাটে বাটে যোৱা মানুহ = বাটৰুৱা

100 ) বিদেশৰপৰা অহা লোক = বিদেশী

101 ) বিদ্যা শিক্ষা কৰা ঘৰ = বিদ্যালয়

102 ) বিপদৰ সময়ত ওলোৱা বুদ্ধি = প্ৰত্যু্ৎপন্নমতি

103 ) বিহুৰ আগ দিনা = উৰুকা

104 ) বুকুৰে বগাই যোৱা প্ৰাণী = সৰীসৃপ

105 ) ভৱিষ্যত চিন্তা কৰিব পৰা লোক = দূৰদৰ্শী

106 ) ভিক্ষা কৰে যিযি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী

107 ) ভেকুলীৰ পোৱালিঠেং নথকা ভেকুলীৰ পোৱালি = লালুকি

108 ) মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষ

109 ) মাগুৰ মাছৰ সৰু = মাগুৰজালি

110 ) মাছ মৰা লোক = মাছুৱৈ

111 ) মাছৰ পোৱালি = পোনা

112 ) মাটিৰ নিচেই সৰু টেকেলি = ভুৰুকা

113 ) মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা লোক = কুমাৰ

114 ) মাটিৰে তৈয়াৰী শিল্পকৰ্ম = মৃৎশিল্প

115 ) মাৰ ভনীয়েক = মাহী

116 ) মাৰ সতিনীয়েক = বিমাতা

117 ) মিলি নোহোৱা গুৰি বা বস্তুৰ লগত থকা আধাখুন্দা গুৰি = খৰচি

118 ) মেলত যি পাৰ্গত = মেলেকী

119 ) য’ত কোনো মানুহ নাই = জনশূন্য

120 ) 'ত কোনো মানুহ নাই = নিৰ্জন

121 ) যত মানুহ বেছি = জন-বহুল

122 ) 'ত যাব নোৱাৰি,  য’লৈ যোৱা কষ্টসাধ্য = দুৰ্গম

123 ) 'ত যাব পাৰি = সুগম

124 ) যাক আগতে শুনা নাই = অশ্ৰুতপূৰ্ব

125 ) যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰি = অনিৰ্বচনীয়

126 ) যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীতঅকল্পনাতীত

127 ) যাক কোনেও নাজানে = অখ্যাতঅজ্ঞাত

128 ) যাক গণনা কৰিব নোৱাৰি = অগণন

129 ) যাক দিব পৰা নাযায় = অদেয়

130 ) যাক দিব পৰা নাযায় = অদেয়

131 ) যাক দেখা নাযায় = অদৃশ্য

132 ) যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গুৰ

133 ) যাক পৰিত্যাগ কৰিব নোৱাৰি = অপৰিহাৰ্য

134 ) যাক বধ কৰিব পৰা নাযায়যাক বধ কৰা অনুচিত = অবধ্য

135 ) যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয়

136 ) যাক বাৰণ কৰিব নোৱাৰিযাক নিধাৰণ কৰিব নোবাৰি = অনিবাৰ্য

137 ) যাক বুজিব পাৰি = বোধগম্য

138 ) যাক ভেদ কৰিব নোৱাৰে = অভেদ্য

139 ) যাক মূল্য দি কিনিব নোৱাৰেঅশেষ মূল্য যাৰ = অমূল্য

140 ) যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য

141 ) যাক শুনিব নোৱাৰি = অশ্ৰাব্য

142 ) যাক সকলোৱে জানে = বিখ্যাত

143 ) যাক সহজতে ভাঙিব পাৰে = ভংণ্ডৰ

144 ) যাক সহজতে লাভ কৰা যায়যাক সহজে পোৱা যায় = সুলভ

145 ) যাক সহজে ভেদ কৰিব নোৱাৰে = দুৰ্ভেদ্য

146 ) যাক সহজে লাভ কৰিব নোৱাৰি = দুৰ্লভ

147 ) যাৰ অন্ত নাই = অনন্ত

148 ) যাৰ আগত জন্ম = অগ্ৰজ

149 ) যাৰ আগমন আহ্বান কৰা হয় = স্বাগত

150 ) যাৰ আদি নাই = অনাদি

151 ) যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয়

152 ) যাৰ ঋণ আছে = ঋণী

153 ) যাৰ একো নাই = নিঃস্ব

154 ) যাৰ ওপৰত গোচৰ তৰে = পদকীয়া

155 ) যাৰ কথাৰ লাগ বান্ধ নাই = লপাচেলেপু

156 ) যাৰ কথাৰ সাঁচ নাই = লগা

157 ) যাৰ কুল আৰু শীল জনা নাযায় = অজ্ঞাতকুলশীল

158 ) যাৰ কোনো নাই = অনাথ

159 ) যাৰ জন্ম নাই = অজ

160 ) যাৰ জ্ঞান আছে = জ্ঞানী

161 ) যাৰ ধন আছে = ধনী

162 ) যাৰ ধৰ্মত মতি আছে = ধৰ্মপৰায়ণ

163 ) যাৰ ধৰ্মলৈ ভয় আছে = ধৰ্মভীৰু

164 ) যাৰ ধাৰ আছে = ধৰুৱা

165 ) যাৰ নাম নাই = অনামী

166 ) যাৰ পিছত জন্ম = অনুজ

167 ) যাৰ পূৰ্বজন্মৰ কথা মনত আছে = জাতিষ্মৰ

168 ) যাৰ বিবেচনা শক্তি নাই = অবিবেচক

169 ) যাৰ বিয়া হৈছে = বিবাহিত

170 ) যাৰ বিয়া হোৱা নাই = অবিবাহিত;আবিয়ৈ

171 ) যাৰ ভয় আছে = ভয়াতুৰ

172 ) যাৰ মৰণ নাই = অমৰ

173 ) যাৰ মৰো মৰো অৱস্থা,  যি মৰো মৰো অৱস্থা হৈছে = মূমূৰ্ষ

174 ) যাৰ মাক পিতাক মৰিছে = মাউৰা

175 ) যাৰ মান আছে = মানী

176 ) যাৰ মূৰত চুলি নাই = তপা

177 ) যাৰ শত্ৰু নাই = অজাতশত্ৰু

178 ) যাৰ সকলো বস্তু অঁটাকে আছে = আটন্তিয়াৰ

179 ) যাৰ সাহস আছেসাহ যাৰ আছে = সাহসী

180 ) যাৰ সীমা আছে বা যি সামাবদ্ধ = সসীম

181 ) যাৰ সীমা নাই = অসীম

182 ) যাৰ হাত আঁঠৰ তললৈকে পৰাআঁঠুলৈ বৈ পৰা = আজানুলম্বিত

183 ) যাৰ হাত আঁঠুলৈ আহে = অজানুলম্বিত

184 ) যি অইন ফালে মন দিয়ে = অন্যমনস্ক

185 ) যি অনাই বনাই ঘূৰি ফুৰে = যাযাবৰ

186 ) যি অলপতে শুনে = শহাকণীয়া

187 ) যি আগতে হৈছে বা ঘটিছে = ভূতপূৰ্ব

188 ) যি আগতে হোৱা নাই বা ঘটা নাই = অভূতপূৰ্ব

189 ) যি আনৰ অধীন = পৰাধীন

190 ) যি আনৰ অধীন নহয় = স্বাধীন

191 ) যি আনৰ ওপৰত নিৰ্ভৰ কৰে = পৰনিৰ্ভৰশীল

192 ) যি আনৰ বস্তু বলেৰে নিয়ে = ডকাইত

193 ) যি আনৰ মুখলৈ চাই থাকে = পৰমুখাপেক্ষী

194 ) যি আনৰ হিতৰ কথা ভাৱে = পৰহিতৈষী

195 ) যি আনলৈ মন দি থাকে = ?

196 ) যি ইন্দ্ৰিয়ক দমন কৰিছে = জিতেন্দ্ৰিয়

197 ) যি ঈশ্বৰক বিশ্বাসীঈশ্বৰক বিশ্বাস কৰা লোক = আস্তিক

198 ) যি উপকাৰ কৰে = উপকাৰী

199 ) যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰেউপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক = কৃতজ্ঞ

200 ) যি এই লোকৰ নহয় = অলৌকিক

201 ) যি একো নাজানে = অজ্ঞ

202 ) যি এটা চকুৰে নেদেখে = কণা

203 ) যি কণীৰপৰা জন্মে = অণ্ডজ

204 ) যি কথা ক'ব জানেকথা সজাই ক'ব পৰা লোক = কথাচহকী

205 ) যি কথা কব নোৱাৰে = মুকবোবা

206 ) যি কথা কোৱা উচিত = বক্তব্যবচনীয়

207 ) যি কথা জনা নাযায় = অজ্ঞাত

208 ) যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য

209 ) যি কথা লগাই ফুৰে = খলুৱা

210 ) যি কথাৰ অৰ্থ নাই = অৰ্থহীন নিৰৰ্থক

211 ) যি কম কথা কয় = মিতভাষী

212 ) যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে = কিংকৰ্তব্যবিমূঢ়হতবুদ্ধি

213 ) যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু

214 ) যি কাম কৰা উচিত = কৰ্তব্য

215 ) যি কাম কাজত পাকৈত = কাজী

216 ) যি কাৰো পক্ষত নাথাকেযি কাৰো পক্ষৰ বা ফলীয়া নহয় = নিৰপেক্ষ

217 ) যি কাৰো লগত মিলিব নোৱাৰে = অজীন-পাতকী

218 ) যি কেবল নিজৰ কথা ভাৱে = স্বাৰ্থপৰআপোনপেটা

219 ) যি কোনো কাম কৰিব নোৱাৰে = অকৰ্মণ্য

220 ) যি খুউব বেছি দীঘল নহয় = নাতিদীৰ্ঘ

221 ) যি খুজি মাগি খায় = খোজনীয়ামগনিয়া

222 ) যি গৰমো নহয় ঠাণ্ডাও নহয় = কুহুমীয়া

223 ) যি গাঁৱত থাকে = গাঁৱলীয়া

224 ) যি গুণীৰ গুণ বুজে = গুণগ্ৰাহী

225 ) যি গোচৰ তৰে = গুচৰীয়া

226 ) যি গোন্ধ ভাল = সুগন্ধ

227 ) যি ঘৰত ওপজে = ঘৰ-ওপজা

228 ) যি জন কৰ্মত বীৰৰ তুল্য = কৰ্মবীৰ

229 ) যি জন সাহিত্যত সম্ৰাটৰ তুল্য = সাহিত্য-সম্ৰাট

230 ) যি জনে বিয়া কৰোৱা নাই = আবিয়ৈ

231 ) যি জন্ম হয় মৃত্যু বৰণ কৰে = ?

232 ) যি জলত চৰে = জলচৰ

233 ) যি জানিবলৈ ইচ্ছা কৰে,  যি জানিব খোজে বা জানিবলৈ আগ্ৰহী = জিজ্ঞাসু

234 ) যি ঠাই অতি কষ্টেৰে লঙঘন কৰা যায় = দুৰ্লংঘ্য

235 ) যি ঠাইত অতি ঠাণ্ডাও নহয় গৰমো নহয়যি বতৰ শীতো নহয় উষ্ণও নহয় = নাতিশীতোষ্ণ

236 ) যি ঠাইত পূজা কৰা হয় = মন্দিৰ

237 ) যি তিনিও কালৰ কথা জানে = ত্ৰিকালজ্ঞ

238 ) যি তিৰোতাই ধান দায় = দাৱনী

239 ) যি তিৰোতাই ধান ৰোৱে = ৰোৱনী

240 ) যি তিৰোতাৰ পুৰুষ মৰিছে = বিধৱা

241 ) যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে = একাহাৰী

242 ) যি দিনত নেদেখে = দিনকণা

243 ) যি দুই হাত সমানে চলাব পাৰে = সব্যসাচী

244 ) যি ধন খৰচ নকৰে = কৃপণ

245 ) যি নগৰত থাকে = নগৰীয়া

246 ) যি নানা অভাৱত থাকে = অভাৱী

247 ) যি নিজকে পণ্ডিত বুলি ভাৱে = পণ্ডিতমন্য

248 ) যি নিজৰ ওপৰত নিৰ্ভৰ কৰে = আত্মনিৰ্ভৰশীলস্বাৱলম্বী

249 ) যি নিজৰ পেটলৈহে চিন্তা কৰে = স্বাৰ্থপৰ

250 ) যি নিয়মমতে খৰচ নকৰে = অমিতব্যয়ী

251 ) যি নিয়মমতে খৰচ কৰেযি জনে নিয়মমতে খৰচ কৰে = মিতব্যয়ী

252 ) যি নিশা চৰে = নিশাচৰ

253 ) যি পথৰ পৰা বিচলিত = পথভ্ৰষ্ট

254 ) যি পৰিণাম চিন্তা কৰি কাম কৰে = পৰিণামদৰ্শী

255 ) যি পুৰি নাযায় = অদাহ্য

256 ) যি পুৰুষ ভয়াতুৰ = কাপুৰুষ

257 ) যি পুৰুষৰ ঘৈণীয়েক মৰিছে = বৰলা

258 ) যি পুৰুষৰ তিৰোতা মৰিছে = বৰলাবিপত্নীক

259 ) যি পুৰুষে বিয়া কৰোৱা নাই = অকিঞ্চন

260 ) যি ফল কাঁচাও নহয় পকাও নহয় = ডাহেচীয়া

261 ) যি বনত ওপজে = বনজ

262 ) যি বস্তু দিব পৰা নাযায় = ?

263 ) যি বহুত কথা কয় = বহুবল্কী

264 ) যি বাঢ়িবলৈ ধৰিছে = বৰ্দ্ধিষ্ণু

265 ) যি বাঢ়িবলৈ ধৰে = বৰ্ধিষ্ণু

266 ) যি বাহ বেতৰ কাম কৰে = ?

267 ) যি বিদেশত থাকে,  যি পৰৰ ঠাইত বাস পৰে = প্ৰবাসী

268 ) যি বিদ্যালাভ কৰিছে = কৃতবিদ্য

269 ) যি বিধিসন্মত = বৈধ

270 ) যি বিশ্বজনৰ বাবে ভাল = বিশ্বজনীন

271 ) যি বিষ্ণুক উপাসনা কৰেবিষ্ণুক উপাসনা কৰা লোক = বৈষ্ণৱ

272 ) যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী

273 ) যি ভয় নকৰে = নিৰ্ভীক

274 ) যি ভাষাত পাৰ্গত = ভাষাবিদ্

275 ) যি মাছ-মাংস খায় = আমিষাহাৰী

276 ) যি মাছ-মাংস নাখায় = নিৰামিষাহাৰী

277 ) যি মাটি ফুটি ওলায় = উদ্ভিদ

278 ) যি মাটিত সাৰ নাই = অসাৰুৱা

279 ) যি মাটিৰ উৎপাদিকা শক্তি নাই = অনুৰ্বৰ

280 ) যি মাটিৰে নিৰ্মান = মৃন্ময়

281 ) যি মাতৃৰ এটি মাত্ৰ সন্তান = কাকবন্ধ্যা

282 ) যি মিছা কথা কয় = মিছলীয়া

283 ) যি যোগৰপৰা ভ্ৰষ্ট হৈছে = যোগভ্ৰষ্ট

284 ) যি ৰাতি নেদেখেগধুলি চকুৰে নেদেখা মানুহ = কুকুৰীকণা

285 ) যি ৰাতি ফুলে = ?

286 ) যি শক্তিক উপাসনা কৰেশক্তিক উপাসনা কৰা লোক = শাক্ত

287 ) যি শিৱক উপাসনা কৰেশিৱক উপাসনা কৰা লোক = শৈৱ

288 ) যি শুনাও নাপায়কথাও ক'ব নোৱাৰে = মুকবধিৰ

289 ) যি সঁচা কথা কয় = সত্যবাদী

290 ) যি সকলো জানে = সৰ্বজ্ঞসৰ্বজান

291 ) যি সকলোৰে মাজত প্ৰিয় = লোকপ্ৰিয়

292 ) যি সমাপ্ত হোৱা নাই = অসমাপ্ত

293 ) যি সৰ্বাংগ ব্যাপি আছে = সৰ্বাংগীণ

294 ) যি সহজে জীণ নাযায় = অজীৰ্ণগুৰুপাকী

295 ) যি সহ্য কৰিব পাৰে = সহনশীলসহিষ্ণু

296 ) যি স্থলত চৰে = স্থলচৰ

297 ) যিটো সুধিবলগীয়া = জিজ্ঞাস্য

298 ) যোৱাৰ উচিত বা যোগ্য = গন্তব্যগমনীয়

299 ) ৰিপুক জয় কৰে যি = ৰিপুঞ্জয়

300 ) ৰৌ মাছৰ সৰু = ৰৌমণি

301 ) লোকক দেখি পাছত যি কৰা যায় = অনুকৰণ

302 ) লোকক দেখি পিছে পিছে যোৱা = অনুসৰণ

303 ) লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা

304 ) লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক = কমাৰ

305 ) শ’ল মাছৰ সৰু = শ’লঠাৰি

306 ) শত্ৰুক জয় কৰে যি = শত্ৰুঞ্জয়

307 ) শৰৎ কালত হোৱা = শাৰদীয়

308 ) শাক পাচলি কৰা ঠাই = শাকনি

309 ) শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী

310 ) শিং নথকা গৰু = লাওমূৰা

311 ) সকলোকে সমানভাৱে দেখা = সমদৰ্শী

312 ) সহজে যি জীণ যায় = লঘুপাকী

313 ) সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক = স্বৰ্ণকাৰসোণাৰী

314 ) স্কুলত পঢ়া ল'ৰা ছোৱালী = ছাত্ৰ-ছাত্ৰী

315 ) স্বামী থকা তিৰোতা = সধৱাআয়তী

316 ) স্মৰণ কৰিবলগীয়া = স্মৰণীয়

317 ) হঠাতে হোৱা যি ঘটনা = আকস্মিক

318 ) হাতী চৰোৱা লোক = মাউত

319 ) হাল বোৱা21 ) কাপোৰ বব জনা তিৰোতা = শিপীনী

319 ) হাল বোৱা গৰু = বলধ গৰু = বলধ

No comments:

Post a Comment